নতুন দিল্লীত বিজেপিৰ সংবাদ মেল! প্ৰথমখন তালিকা প্ৰকাশ শাসকীয় দলটোৰ.......

bjp

নতুন দিল্লীত বিজেপিৰ সংবাদ মেল
প্ৰথমখন তালিকা প্ৰকাশ শাসকীয় দলটোৰ
নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ তালিকা
ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ সম্বোধন সংবাদ মেল
১ম তালিকাত ১৭৬গৰাকী প্ৰাৰ্থীৰ নাম থকাৰ সম্ভাৱনা
প্ৰথম তালিকাত আছে বিজেপিৰ BIG FACE
তালিকাত অসমৰো ৫ প্ৰাৰ্থীৰ নাম থকাৰ সম্ভাৱনা
এগৰাকী মহিলা প্ৰাৰ্থীৰ নাম থকাৰো সম্ভাৱনা তালিকাত
প্ৰথম তালিকাতেই থাকিব সৰ্বানন্দ সোণোৱালৰ নাম

Category
Profile picture for user UB Photos