১৫ বিদ্যালয়ৰ স্বীকৃতি বাতিল ASSEBৰ
সময়ৰ পূৰ্বে গণিতৰ প্ৰশ্নৰ টোপোলা খোলাৰ অভিযোগত এই সিদ্ধান্ত
তদন্ত নোহোৱা পৰ্যন্ত শিক্ষানুষ্ঠানকেইখনৰ স্বীকৃতি বাতিল
নতুন শিক্ষাবৰ্ষত নামভৰ্তিতো নিষেধাজ্ঞা ASSEBৰ
স্বীকৃতি বাতিল কামৰূপ (মঃ)ৰ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ
বৰপেটাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়ৰো বাতিল স্বীকৃতি
বজালী একাডেমী অৱ এক্সিলেন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰো বাতিল স্বীকৃতি
কাছাৰৰ ইডিথ ড’গলাছ HS স্কুল, ৰেচিডেন্সী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্বীকৃতি বাতিল
- Read more about ১৫ বিদ্যালয়ৰ স্বীকৃতি বাতিল ASSEBৰ...
- Log in to post comments