বহু প্ৰতীক্ষাৰ অন্তত অসম বাজেট ২০২৪-২৫! ছাত্ৰ–ছাত্ৰী সকলক লৈ কি কি আছে এইবাৰৰ বাজেটত?......

ajanta

১০ লাখ ছাত্ৰ–ছাত্ৰীলৈ নামভৰ্তিৰ ক্ষেত্ৰত উদগণি হিচাপে বিত্তীয় অনুদান। বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত অভিযান সফল কৰি তোলাৰ লক্ষ্য। ১০ লাখ কন্যাক স্নাতক তথা স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰাৰ উৎসাহ। শিক্ষিত যুৱক-যুৱতীৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য।

একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ ১০ হাজাৰকৈ টকা। স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১২,৫০০ টকা। এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য।

Category