উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ খবৰ! ৫ মে’ৰ ভিতৰত ঘোষণা হ’ব HSৰ ফলাফল......

HS

মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ খবৰ। অহা মে’ মাহৰ ভিতৰত ঘোষণা হ’ব HSৰ ফলাফল । ৫ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল । এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে, ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে ২০ এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
 

Category
Profile picture for user UB Photos