শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল
৬ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱ
৩৫ জিলাৰ সৰ্বমুঠ ৪৪,০৯৪ বিদ্যালয়ত হ’ব গুণোৎসৱ
উপকৃত হ’ব ৩৯ লাখ ৬৫ হাজাৰ ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী
৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবাৰৰ গুণোৎসৱ
৬ জানুৱাৰী পৰা ৯ জানুৱাৰীলৈ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ
১৭ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ
৫ ফেব্ৰুৱাৰী পৰা ৮ ফেব্ৰুৱাৰীলৈ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ
এইবাৰ গুণোৎসৱত নাথাকে আন্তঃগাথঁনিৰ বাবে নম্বৰ
প্ৰথমবাৰৰ বাবে গুণোৎসৱত থাকিব মোবাইল এপ
পৰ্টেলৰ জৰিয়তে গুণোৎসৱৰ পৰ্যবেক্ষণৰ ৰিপৰ্ট লাভ কৰিব বিদ্যালয়ে
প্ৰধান শিক্ষকক বাদ দি এইবাৰৰ গুণোৎসৱত এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব আন বিদ্যালয়লৈ।
- Log in to post comments