Accident

হ'ব লগা পত্নী লগ কৰিবলৈ আহি আৰু লগ কৰা নহ'ল দেৰগাঁও জেলেহুৱা গাঁৱৰ স্বৰূপ ৰঞ্জন বৰাৰ ৷ দেৰগাঁও জেলেহুৱা গাঁৱত ঘৰ ৩২ বছৰীয়া স্বৰূপ ৰঞ্জন বৰাৰ ৷ হ'ব লগা পত্নীৰ ঘৰো একে গাঁৱৰে ৷ কাজিৰঙাৰ বন বিভাগত কৰ্মৰত হ'ব লগা পত্নীৰ সৈতে দুয়োৰে প্ৰেম বহু বছৰীয়া ৷ ভাৰতীয় জীৱন বীমা নিগমত কৰ্মৰত স্বৰূপ ৰঞ্জন বৰাই বৃহস্পতিবাৰে বোকাখাতৰ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত হ'ব লগা পত্নীক লগ কৰিবলৈ দেৰগাঁৱৰ পৰা বোকাখাতলৈ AS 03 T 4633 নম্বৰৰ K10 গাড়ীখনত আহি থকা অৱস্থাত কমাৰগাঁও বচাপথাৰত চাৰিলেণ্ডযুক্ত পথৰ ডিভাইদাৰত খুন্দা মাৰি K10 গাড়ীখন উফৰি পৰে ৷ যাৰ ফলত থিতাতে নিহত হয় চালকৰ আসনত থকা দেৰগাঁও জেলেহুৱা গাঁৱৰ স্বৰূ