ৰঙিয়াত মৰ্মান্তিক দুৰ্ঘটনা! থিতাতে নিহত পিতৃ-কন্যা

Accident

ৰঙিয়াৰ ভাতকুছি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন। দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা। নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা। নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা। দুৰ্ঘটনাত আহত এটি শিশুসহ চাৰিগৰাকী লোক। মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত সংঘটিত হ'ল এই দুৰ্ঘটনা।

Category
Profile picture for user UB Photos