মিজোৰামত নিৰ্মীয়মাণ ৰে'ল দলং ভাঙি মৃত্যু প্ৰায় ১৭ জনকৈ লোকৰ...... UB Photos August 23 / 2023 চুবুৰীয়া ৰাজ্য মিজোৰামৰ ছাইৰাং অঞ্চলত বুধবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন নিৰ্মীয়মান ৰে’লৱে দলং খহি পৰাৰ ফলত কমেও ১৭জন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই দুৰ্ঘটনা আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছিল। Tags UB Photos UB News Mizoram Accident Indian Railway Accident spot dead Read more about মিজোৰামত নিৰ্মীয়মাণ ৰে'ল দলং ভাঙি মৃত্যু প্ৰায় ১৭ জনকৈ লোকৰ......Log in to post comments