ৰঙালীৰ আনন্দৰ মাজতে দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা

কয়লা পৰিবাহী ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা...

ৰঙালীৰ আনন্দৰ মাজতে দুধনৈত শোকাৱহ দুৰ্ঘটনা

কয়লা পৰিবাহী ট্ৰাকে মহটিয়াই নিলে ই-ৰিক্সা

থিতাতে নিহত প্ৰতিমা ৰাভা নামৰ এগৰাকী মহিলা

গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ চালকসহ আন দুজন

আহতক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ

দুৰ্ঘটনা সংঘটিত কৰা পলায়ন কয়লা পৰিবাহী ট্ৰাকৰ

চিলুক গাঁও সংযোগী ১৭নং ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনা 

Category
Profile picture for user UB Photos