Morigaon

মৰিগাঁৱত এবিধ ভয়ংকৰ পোকক লৈ আতংক
সাপতকৈও বিষাক্ত এইবিধ অচিনাক্ত পোক
পোকৰ দংশনত মৃত্যু এজন লোকৰ
কেইবাজনো লোক সংকটজনক অৱস্থাত চিকিৎসাধীন
নিহত লোকজন বৰঙাবাৰীৰ যতীন শইকীয়া
১৭ নৱেম্বৰত ঘাঁহ কাটিবলৈ যোৱাৰ সময়ত পোকৰ আক্ৰমণ
ভৰ্তি কৰোৱা হৈছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ত
উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত GMCHলৈ প্ৰেৰণ
GMCHত চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু
যতীন শইকীয়াৰ মৃত্যুৰ পিছতে অঞ্চলটোত তীব্ৰ আতংক