মৌ-মাখিৰ আতংক! মৰিগাঁৱত মৌ-মাখিৰ কৱলত পৰি মৃত্যু এজন ব্যৱসায়ীৰ...........

morigaon

মৌ-মাখিয়ে আতংক চলাইছে মৰিগাঁৱত
মৌ-মাখিৰ কৱলত পৰি মৃত্যু হৈছে এজনৰ
দীপক নন্দী নামৰ এগৰাকী ব্যৱসায়ীৰ মৃত্যু
মৌয়ে কামোৰাৰ ফলত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত
মৌমাখিৰ আক্ৰমণৰ ফলত আহত হৈছিল বহুসংখ্যক
সম্প্ৰতি চিকিৎসাধীন কেৱল হেমকান্ত দাস
মৌমাখিৰ আতংকত বন্ধ ঘোষণা DC ৰোড
চিকিৎসাৰ অন্তত বাকীসকলক যাবলৈ দিয়া হৈছে ঘৰলৈ
মৃত দিপক নন্দী মৰিগাঁওৰ কোৱালিটি হোটেলৰ স্বতাধিকাৰী

Category
Profile picture for user UB Photos