আৰক্ষীৰ জালত অভিযুক্ত প্লাৱন বৰঠাকুৰ! দৰিদ্ৰ লোকক অংগ বিক্ৰী কৰোৱাইছিল বৰঠাকুৰে

Organ

মৰিগাঁও ধৰমতুল কিডনী কাণ্ডৰ মূল অভিযুক্তক আটক

আৰক্ষীৰ জালত অভিযুক্ত প্ৰালৱন বৰঠাকুৰ

মৰিগাঁও আৰক্ষীয়ে তামিলনাডুৰ পৰা আটক কৰে প্লাৱন বৰঠাকুৰক

প্লাৱন বৰঠাকুৰৰ নেতৃত্বত অসমত চলিছিল মানৱ অংগৰ বৃহৎ বেহা

ধৰমতুলৰ ১১জন লোকে এই চক্ৰৰ বলি বিক্ৰী কৰিছিল কিডনী

সামান্য ধনৰ বিনিময়ত দৰিদ্ৰ লোকক অংগ বিক্ৰী কৰোৱাইছিল বৰঠাকুৰে

মানৱ অংগৰ বেহাৰে জড়িত তিনিজনক পূৰ্বে আটক কৰিছিল আৰক্ষীয়ে।

Category
Profile picture for user UB Photos