Attack

মৰাণ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা

দাৰে উপৰ্যুপৰি আক্ৰমণ এজন লোকক

আক্ৰমণকাৰী লোকজন মানসিক বিকাৰগ্ৰস্ত বুলি প্ৰকাশ

আক্ৰমণত আহত পাখানা ওৰাং নামৰ লোকজন

লোকজনক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ

আক্ৰমণকাৰী লোকজনক কৰায়ত্ত মৰাণ আৰক্ষীৰ

লোকজন নগাঁও কচুৱাৰ ফকৰুদ্দিন আহমেদ