মহানগৰীত সুৰক্ষিত নহয় ৰেপিড’ চালক! অফলাইন ভাড়া মৰাৰ বাবেই ৰেপিড’ চালকক আক্ৰমণ অটো চালকৰ

Rapido

অফলাইন ভাড়াক লৈ ৰেপিড' চালকক আক্ৰমণ অটো চালকৰমঙ্গলবাৰে পুৱা বজাত সংঘটিত হয় এই ঘটনা ৰেপিড  চালকজনক অফলাইন ভাড়া মৰাৰ সন্দেহত আক্ৰমণ কৰে অটো চালকজনে প্ৰথমে ৰেপিড চালক জনক দেহত প্ৰহাৰ কৰে ,তাৰ পাছত ষ্কু ড্ৰাইভাৰেৰে মাৰিবলৈ খেদি আহে পল্টন বজাৰ ষ্টেচনৰ পৰা কথমপি প্ৰাণ বচাই পলাবলৈ সক্ষম হয় ৰেপিড চালকজন ৰেপিড চালকজনৰ নাম নিখিল দাস , ঘৰ বোন্দাত ঘটনা সম্পৰ্কত পানবজাৰ থানাত এজাহাৰ দিয়ে নিখিলে

Category
Profile picture for user UB Photos