UB Photos

কাইলৈ গুৱাহাটীত IPLৰ হাইভল্টেজ মেচ
সমুখ সমৰত কলকাতা নাইট ৰাইডাৰ্ছ-ৰাজস্থান ৰয়েলছ
মেচক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
বহু পথত নিষিদ্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল
GS ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোডত নিষেধাজ্ঞা
AK দেব ৰোড, কুল বসুমতাৰী ৰোড, FA ৰোডতো নিষেধাজ্ঞা
নিষেধাজ্ঞা বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, GNB ৰোড
কাহিলীপাৰা ৰোডতো বন্ধ  থাকিব  বাণিজ্যিক  বাহনৰ চলাচল
৩ চকীয়া সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচলতো নিষেধাজ্ঞা
১৯ মে’ত আৰ্য নগৰ পৰা লখৰা চাৰিআলিলৈ One Way
বৰ্ষাপাৰা তিনিআলি-ধিৰেন পাৰা তিনিআলি পথটো One Way