অৱশেষত AIUDF ৰ বিধায়ক আমিনুল ইছলামৰ কংগ্ৰেছত যোগদান।
মঙলবাৰে জীতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে মানকাচৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে
কিছুদিন পূৰ্বে এনপিপি দলত যোগদান কৰিছিল নেতাগৰাকীয়ে। দলটোৰ পৰা এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে দাখিল কৰিছিল মনোনয়ন পত্ৰ। কিন্তু পৰৱৰ্তী সময়ত ৰহস্যজনক কাৰণত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল বিধায়ক গৰাকীয়ে। আনহাতে AIUDFৰ পৰাও আমিনুৱ ইছলামক ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছিল।
Category
- Log in to post comments