Virat Kohli

বিগত কেইমাহ মান ধৰি সকলোৰে মনত এটা প্ৰশ্নই খেলিমলিৰ সৃষ্টি কৰি আছিল। সেই প্ৰশ্নটো আছিল, ক্ৰিকেটা বিৰাট কোহলী বাৰু দ্বিতীয় সন্তানৰ পিতৃ হ'বলৈ ওলাইছে নেকি?

অৱশেষত উৎকণ্ঠাৰ যেন অন্ত পৰিল। পুত্ৰ সন্তানৰ পিতৃ হ'ল বিৰাট কোহলী । ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ জীৱনলৈ আহিল দ্বিতীয় সন্তান। এইবাৰ ল'ৰা সন্তানৰ পিতৃ হ'ল বিৰাট কোহলী।