২ বছৰীয়া জন্মদিনত জীয়েক ভামিকাক কি উপহাৰেৰে জন্মদিনৰ শুভকামনা জনালে বিৰাট-অনুস্কাই?

Virat-Anuska

২ বছৰীয়া হ’ল বিৰাট- অনুষ্কাৰ জীয়ৰী ভামিকা। ১১ জানুৱাৰী ২০২৩ তাৰিখে ভামিকাৰ জন্মদিন উদযাপন কৰে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই। জন্মদিনত কটোৱা কিছুমান মধুৰ স্মৃতি বিৰাটে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

Virat

ভামিকাৰ জন্মদিনত অনুৰাগীসকলে সুন্দৰ সুন্দৰ শুভেচ্ছা আৰু আৰ্শীবাদেৰে ওপচাই পেলাইছে। পিতৃ বিৰাট আৰু মাতৃ অনুষ্কাইয়ো মৰমৰ ৰাজকুমাৰীক শুভেচ্ছা জনাইছে।
বিৰাটে ভামিকাৰ সৈতে এখন মৰম লগা ফটো শ্বেয়াৰ কৰি লিখিছে ‘My heartbeat is 2 ❤️’

2

আৰু মাতৃ অনুষ্কাইয়ো ভামিকাৰ সৈতে এখন মৰম লগা ফটো শ্বেয়াৰ কৰি লিখিছে’ Two years ago my heart grew wide open ❤️ 🙏🧿’

Category
Profile picture for user UB Photos