ঘূৰি আহিল ৰেকৰ্ডৰ পিছত ৰেকৰ্ড গঢ়া কোহলী! তিৰুৱন্তপুৰমত অপৰাজেয় হৈ ৰ’ল বিৰাট

Kohli

বিৰাট কোহলীয়ে চেঞ্চুৰীৰে আৰম্ভ কৰিছিল বছৰটো। বৰ্ষাপাৰাত হোৱা শ্ৰী-লংকাৰ বিৰূদ্ধে প্ৰথমখন এদিনীয়াত ৭৩তম চেঞ্চুৰী কৰিছিল কোহলীয়ে।আৰু আজি তিৰুৱন্তপুৰমত হোৱা তৃতীয়খন এদিনীয়াত ১৬৬ ৰাণত অপৰাজেয় হৈ ৰল কোহলী। কোহলীৰ এই প্ৰদৰ্শনত অনুৰাগীসকল হৈ পৰিছে অতিকৈ আনন্দিত। এতিয়া সকলোৱে কব ধৰিছে ঘূৰি আহিল বিৰাট কোহলীৰ ফৰ্ম। ৰেকৰ্ডৰ পিছত ৰেকৰ্ড গঢ়া কোহলী জন যেন আকৌ সাজু নতুন ৰেকৰ্ড গঢ়িবলৈ।

Category
Profile picture for user UB Photos