আকৌ ৰেকৰ্ড গঢ়িলে বিৰাট কোহলীয়ে! আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম গতিত সংগ্ৰহ কৰিলে ২৫,০০০ ৰাণ

Kohli

ইটোৰ পিছত সিটো ৰেকৰ্ড গঢ়া বিৰাট কোহলীয়ে পুনৰ গঢ়িলে ৰেকৰ্ড। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ হল বিৰাট। পূৰ্বতে এই অভিলেখ শচীন তেণ্ডুলকাৰৰ নামত আছিল। কোহলীয়ে ৫৪৯ টা ইনিংছত সম্পূৰ্ণ কৰে ২৫,০০০ ৰাণ। উল্লেখ্য যে ৫৭৭ টা ইনিংছত ২৫,০০০ ৰাণ অৰ্জন কৰিছিল শচীন তেণ্ডুলকাৰে।

Category
Profile picture for user UB Photos