Death Anniversary

আজি কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ প্ৰথম মৃত্যবাৰ্ষিকী। লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে পুৰী সমুদ্ৰত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ শ্ৰদ্ধাঞ্জলি।