দেওবাৰে বিয়লি ৫বজাত দেশবাসী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা টুইটযোগে সদৰি কৰা হৈছে এই তথ্য।
নৱৰাত্ৰিৰ উপলক্ষে মহালয়াৰ দিনটোত দেশবাসীক সম্বোধন কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰাৰ সম্ভাৱনা।
উল্লেখ্যে যে, জুবিনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
অসমত ৩দিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা কৰা হৈছে।