Mahatma Gandhi

আজি গান্ধী জয়ন্তী। বাপু মহাত্মা গান্ধীৰ ১৫৩তম জন্মদিন। সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনত দেশজুৰি সোঁৱৰণ। দেশজুৰি উদযাপন গান্ধী জয়ন্তী।