National News

NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা
১৭গৰাকী প্ৰাৰ্থীৰ শীৰ্ষ স্থান লাভ
পূৰ্বে ৬১গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছিল শীৰ্ষ স্থান
ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩ গৰাকী শিক্ষাৰ্থীৰ শীৰ্ষ স্থান লাভ
দিল্লী–উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ স্থান লাভ


শীৰ্ষ স্থানত আছে কেৰালা, চণ্ডীগড়, তামিলনাডুৰ শিক্ষাৰ্থী
শীৰ্ষ স্থানত আছে পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থী
পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান

উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ।