‘মেৰী আৱাজ হি পেহেচান হে’, আজি কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ প্ৰথম মৃত্যবাৰ্ষিকী।

Lata Mangeshkar

আজি কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ প্ৰথম মৃত্যবাৰ্ষিকী। লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে পুৰী সমুদ্ৰত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ শ্ৰদ্ধাঞ্জলি। মেৰী আৱাজ হি পেহেচান হে"ৰ বাৰ্তাৰে নিৰ্মাণ কৰি উলিয়াইছে ভাৰত ৰত্ন লতা মংগেশকাৰৰ ভাস্কৰ্য।

 

Category
Profile picture for user UB Photos