ঝাৰখণ্ডত বিক্ৰী নহ’ল বিজেপিৰ টেঙা আম, পুনৰ ক্ষমতালৈ JMM-কংগ্ৰেছ-RJD মিত্ৰ জোঁট। ২০১৪-২০১৯ৰ লোকসভা নিৰ্বাচন, ২০১৬-২০২১ৰ বিধান সভা নিৰ্বাচনত অসমৰ পৰা বাংলাদেশী বহিস্কাৰ আছিল বিজেপিৰ মূল প্ৰতিশ্ৰুতি ৷ কিন্তু ক্ষমতা লাভৰ পিছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ এইবাৰ ঝাৰখণ্ডতো বিজেপিৰ মূল ইছ্যু আছিল বাংলাদেশী বহিস্কাৰ।
- Read more about ঝাৰখণ্ডত বিক্ৰী নহ’ল বিজেপিৰ টেঙা আম....
- Log in to post comments