আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ৪৩ সমষ্টিত হ’ব ভোটগ্ৰহণ....

Jharkhanda election

আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ঝাৰখণ্ডৰ মুঠ ৮১ সমষ্টিৰ ৪৩ সমষ্টিত হ’ব ভোটগ্ৰহণ
ঝাৰখণ্ডৰ লগতে ১০ ৰাজ্যৰ ৩১ বিধানসভা সমষ্টিটো উপ-নিৰ্বাচন
কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিটো উপ-নিৰ্বাচন
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমষ্টিটো এৰি দিয়াৰ বাবে উপ-নিৰ্বাচন
ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে ৱায়নাড়ৰ পৰা কৰিছে প্ৰতিদ্বন্দ্বিতা
কেৰালাত প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে বিজেপিৰ নব্যা হৰিদাসৰ প্ৰতিদ্বন্দ্বিতা
১০ ৰাজ্যৰ ৩১ বিধানসভা সমষ্টিৰ ২৮ বিধায়ক নিৰ্বাচিত হৈছিল লোকসভালৈ
৩১ বিধানসভা সমষ্টিত বিজয়ী হৈছিল ১৮ বিৰোধী দলৰ বিধায়ক 
ছিকিমৰ ২ বিধানসভা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী SKM
ৰাজস্থানৰ ৭, বিহাৰৰ ৪, MP ২, ছত্তীশগড়ৰ ১ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন
পশ্চিমবংগ ৬, অসমত ৫, কৰ্ণাটক ৩, গুজৰাট, মেঘালয়–কেৰালা বিধানসভাৰো এটাকৈ সমষ্টিত উপ–নিৰ্বাচন

Category