ঝাৰখণ্ডত হৃদয়বিদাৰক ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ৫টা হাতীৰ মৃত্যু

Jharkhand Elephant dead Update

ঝাৰখণ্ডত হৃদয়বিদাৰক ঘটনা

বিদ্যুৎস্পৃষ্ট হৈ ৫টা হাতীৰ মৃত্যু

ইয়াৰে দুটা পোৱালি

মুছাবানি বন এলেকাত এই ঘটনা

চোৰাং চিকাৰীয়ে সংযোগ কৰি ৰাখিছিল বিদ্যুৎ

ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত ব্যাপক চাঞ্চল্য

শীৰ্ষ বিষয়াৰ নেতৃত্বত তদন্তত নামিছে আৰক্ষী 

Category
Profile picture for user UB Photos