Cotton University

যোৱাকালি অৰ্থাৎ ১০ নৱেম্বৰত অনুষ্ঠিত হৈছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। মুঠ ১৬টা পদৰ ভিতৰত ১৫টাৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ফুটবল আৰু হকী শাখাৰ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে পোহৰ দেৱবাৰ্মাই।
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসমূহ হ’ল:
সভাপতি পদত জয়ী ত্ৰিদিৱ ভাগৱতী
সাধাৰণ সম্পাদক জয়ী ঋতুৰাজ শইকীয়া
সহকাৰী সাঃ সম্পাদিকা হিচাপে জয়ী নয়না বৰা
উপ-সভাপতি হিচাপে জয়ী হিমপৰ্ণা দাস
সাহিত্য সম্পাদক হিচাপে জয়ী প্ৰিয়ম ডি জ্যোৎস্না