কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণা...

cotton1

 

সভাপতিৰ পদত বিজয়ী জুবেৰ হাবিব

উপ-সভাপতি পদত জয়ী নিলাক্ষী কাকতি

সাধাৰকণ সম্পাদক পদত জয়ী নীৰৱ হাজৰিকা

সহকাৰী সাঃ সম্পাদক পদত জয়ী মুনমী তালুকদাৰ

সাংস্কৃতিক সম্পাদিকা পদত বিজয়ী নীলাঞ্জনা বৰা

সমাজসেৱা পদত বিজয়ী নুপুৰ কাশ্যপ

তৰ্ক সম্পাদকৰ পদত বিজয়ী গীতাৰ্থ বৰা

ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ৩ প্ৰাৰ্থী

Category