Budget

সংসদত বিত্তমন্ত্ৰীৰ অন্তৱৰ্তীকালীন বাজেট ভাষণ। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট। সদনত দাখিল অন্তৱৰ্তীকালীন বাজেট। সকলোৰে সৈতে সকলোৰে উন্নয়নত গুৰুত্ব। 

আন্তঃগাঁথনিত, MSPত দিয়া হৈছে গুৰুত্ব। বাৰে বাৰে বৃদ্ধি কৰা হৈছে MSP। ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত গঠন। কৃষকলৈ পোনপটীয়াকৈ একাউণ্টত ধন, DBTৰ সুফল লাভ কৰিছে কৃষক, জনতাই।

মোদী চৰকাৰে স্বজন-প্ৰীতি অন্ত পেলাইছে, মোদী চৰকাৰে দুৰ্নীতিৰ অন্ত পেলাইছে, মোদীক তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ আশা, মোদী চৰকাৰে সকলোৰে কথা চিন্তা কৰে।