আজি দাখিল হ’ব ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট, কি কি থাকিব বাজেটত?

Budget

◾আজি দাখিল হ’ব ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট

◾বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে

◾কৃষিখণ্ডৰ লগতে উদ্যোগ খণ্ডলৈ বিশেষ ৰেহাইৰ সম্ভাৱনা

◾মঙলবাৰে কেবিনেটত গৃহীত ’২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট

◾বাজেটক লৈ আশাবাদী সৰ্বসাধাৰণ

Category
Profile picture for user UB Photos