উচ্চ ন্যায়ালয়ে মঙলবাৰে মঞ্জুৰ কৰে জামিন
জামিন মঞ্জুৰ অভিজিৎ চান্দ আৰু জিতেন ডেকাৰো
অনলাইন ট্ৰেডিঙৰ গোচৰত অভিযুক্ত আছিল কেওজন
ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ
৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল বিশাল, স্বপ্ননীল
১১ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা, তাৰ্কিক বৰা
সময়মতে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে