
গৌৰৱ গগৈৰ বিজয়ক লৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য
খটাখট খটাখট শব্দৰ বাবেই পৰাস্ত বিজেপি
৮,৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে
খটাখট খটাখট বেংক একাউণ্টত সোমাব বুলি কৈছিল কংগ্ৰেছে
গৌৰৱ গগৈৰ পৰা ৰাইজে ৮,৫০০কৈ বিচাৰিব : কুৰ্মী
খটাখট শব্দই যোৰহাটত ঢৌ সৃষ্টি কৰা বুলি দাবী কুৰ্মীৰ
‘অসমৰ সমস্যাৰ সলনি মণিপুৰক লৈ ব্যস্ত আছিল গৌৰৱ গগৈ’
সংসদত ৰাজ্যৰ সমস্যাৰ কথা নুলিয়ালে গৌৰৱ গগৈয়ে
অৰুণোদয়, লাখপতি, মাইনা আঁচনিয়ে কাম নিদিলে যোৰহাটত
Category
- Log in to post comments