লাডাখত ভাৰত-চীন নিয়ন্ত্ৰণ ৰেখাত অঘটন...

LADAKH

TANK অনুশীলনত নিহত ৫ সেনা জোৱান
T-72 TANKত আছিল সেনা জোৱানকেইজন
নৈ পাৰ হোৱাৰ সময়ত ডুব যায় TANK
দুৰ্ঘটনাত এজন জুনিয়ৰ কমিছন অফিচাৰো নিহত
ইষ্টাৰ্ণ লাডাখৰ শ্বোক নদী পাৰ হোৱাৰ সময়ত এই দুৰ্ঘটনা
হঠাৎ নৈৰ পানী বৃদ্ধি পোৱাত ডুব যায় টেংকখন
লগে লগে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল
নদীৰ সোঁত আৰু জলপৃষ্ঠ বৃদ্ধিৰ বাবে ব্যৰ্থ উদ্ধাৰ অভিযান
ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোক প্ৰকাশ
শোক প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও

Category