Artist

ৰাজনীতি আৰু শিল্পী এক এৰাব নোৱাৰা বিষয়। বৰ্তমান ৰাজনীতিত প্ৰায়ে শিল্পীসকল জড়িত থকা দেখিব পোৱা যায়। শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াও ৰাজনীতিলৈ যোৱা সন্দৰ্ভত সৰ্বত্ৰে চৰ্চা হৈ পৰিছিল।