শিল্পীসকল ৰাজনীতিলৈ যোৱাটো বিচাৰে নে আপুনি?

1

ৰাজনীতি আৰু শিল্পী এক এৰাব নোৱাৰা বিষয়। বৰ্তমান ৰাজনীতিত প্ৰায়ে শিল্পীসকল জড়িত থকা দেখিব পোৱা যায়। শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াও ৰাজনীতিলৈ যোৱা সন্দৰ্ভত সৰ্বত্ৰে চৰ্চা হৈ পৰিছিল। কাআন্দোলনত অভিনেত্ৰী গৰাকীৰ সক্ৰিয় অংশগ্ৰহণয়েও এই বিষয়তো অধিক চৰ্চিত হৈ পৰিছিল। অৱশ্যে বৰষা ৰাণী বিষয়াই ইয়াৰ প্ৰতিক্ৰিয়া কৰিছে। অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে তেঁও ৰাজনীতিলৈ যোৱা বিষয়তো সম্পূৰ্ণ ৰূপে মিছা। আপুনি বাৰু অসমৰ শিল্পী সকলক ৰাজনীতিৰ লগত জড়িত হোৱাটো বিচাৰে নে?

Category
Profile picture for user UB Photos