আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০তম্‌ মৃত্যু বাৰ্ষিকী, ৰাজ্যজুৰি স্মৰণ প্ৰতিমা বৰুৱা পাণ্ডেক।

Pratima Pandey Baruah

আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০ তম্‌ মৃত্যু বাৰ্ষিকী। সদৌ অসম ছাত্ৰ সন্থাই মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চান্দমাৰীৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমুৰ্তীৰ সন্মূখত এই অনুষ্ঠান । মৃত্যু বাৰ্ষিকী উপলক্ষে আছুৱে আগবঢ়াই আহিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ।

২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হ'ব লোককৃষ্টিৰ সাধক একলব্য গামলৈসদৌ অসম ছাত্ৰ সন্থাই ২০০৭ চনৰ পৰা অসমৰ লোককৃষ্টিৰ সৈতে জড়িত বিভিন্নজন প্ৰদান কৰি আছে এই বিশেষ বঁটা ।

Category
Profile picture for user UB Photos