Protest

আজি নিশাই ‘কা’ বলৱতৰ প্ৰৱল সম্ভাৱনা
দেশজুৰি বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন
আৰক্ষী-প্ৰশাসনক সষ্টম হৈ থকাৰ নিৰ্দেশ
CAA প্ৰতিবাদকাৰীক ৰুধিবলৈ সষ্টম প্ৰশাসন


২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল CAA
১২ ডিচেম্বৰত CAA গৃহীত হৈছিল ৰাজ্যসভাত
কেইদিনমান পূৰ্বে অমিত শ্বাহে ‘কা’ক লৈ কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য
অমিত শ্বাহৰ ঘোষণা ‘CAA বলৱৎ হ’বই হ’ব’
নিৰ্বাচনৰ পূৰ্বেই ‘কা’ বলৱৎ হ’বই বুলি কৈছিল অমিত শ্বাহে