আজি দেশজুৰি চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী
পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া কৰ্মবিৰতি
কলকাতাত যুৱতী চিকিৎসকক দলবদ্ধ ধৰ্ষণ-হত্যা
চিকিৎসকৰ ন্যায়ৰ দাবীত দেশজুৰি প্ৰতিবাদ
অচল হৈ পৰিব চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্য সেৱা
অসমতো চিকিৎসকৰ ধৰ্মঘটৰ কাৰ্যসূচী
দোষীক ফাঁচীৰ দাবীৰে উত্তাল সমগ্ৰ দেশ
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত দেশজুৰি চাঞ্চল্য
দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল যুৱতী চিকিৎসকগৰাকী
Category
- Log in to post comments