৫০ বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা।দিনতে হ’ব ঘোৰ অন্ধকাৰ! আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ৫০ বছৰৰ পিছত হ’ব এই বিৰল সূৰ্যগ্ৰহণ। ৭.৫ মিনিট ধৰি আকাশত হব বিৰল মহাজাগতিক পৰিঘটনা।
নিশা ৯ বাজি ১২ মিনিটৰ পৰা ৯ বাজি ১৫ মিনিটলৈ চলিব এই সূৰ্যগ্ৰহণ। এই সময়ছোৱাত চন্দ্ৰ আৰু সূৰ্য একেবাৰে কাষ চাপিব। দূৰত্ব থাকিব মাত্ৰ ৩ লাখ ৬০ হাজাৰ কিলোমিটাৰ।
এই গ্ৰহণ বিগত অৰ্ধ শতাব্দীৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ বুলি জনা গৈছে। ভাৰতত এই গ্ৰহণৰ আংশিক প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে। মেক্সিকো, আমেৰিকা, কানাডা, মন্ত্ৰাণা, নৰ্থ ডাকোটা, ছাউথ ডাকোটাত এই মহাজাগতিক পৰিঘটনা দৃশ্যমান হ’ব।