শাওণৰ মাহটো ভগৱান শিৱৰ মাহ বুলি কোৱা হয়। এই মাহটোত ভগৱান শিৱৰ ইতিবাচক আৰু ঐশ্বৰিক ভাব বতাহত বিয়পি থাকে বুলি লোক বিশ্বাস আছে। ।ইতিবাচকতা আৰু ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ বাস্তু শাস্ত্ৰত উল্লেখ কৰা টিপচ্ আৰু নীতিসমূহ মানি চলিব লাগে।
গতিকে আজি জানো আহক ঘৰ মন্দিৰৰ লগত জড়িত এনে কিছু টিপছৰ বিষয়ে...