২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ

২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ

Solar Eclipse 2021:
২০২১ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ। এতিয়াৰে পৰা মাত্ৰ ৯ দিনৰ পিছত অৰ্থাৎ ৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই সূৰ্যগ্ৰহণ। পুৰ্ণ নহয় যদিও আংশিকভাৱে হ'ব এই সুৰ্যগ্ৰহণ।

সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰৰ পুৱা ১০.৫৯ বজাত আৰম্ভ হ'ব আৰু আবেলি ৩.৭ বজালৈকে চলিব।

বছৰটোৰ অন্তিম সূৰ্যগ্ৰহণ ৪ ডিচেম্বৰ, শনিবাৰে হ'ব। এই দিনটো কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিত পৰিব।

Category
Profile picture for user UB Photos