Voting

◾ আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

◾ ২৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

◾ মুঠ ভোটাৰৰ সংখ্যা ৭,০৪,০৬০ গৰাকী

◾ পুৰুষ ভোটাৰৰ সংখ্যা ৩,৫৫,৮৭১ গৰাকী

◾ মহিলা ভোটাৰৰ সংখ্যা ৩,৪৮,১৮৪ গৰাকী

◾ কাৰ্বি আংলঙত ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ

◾ ভোটাৰে নিৰ্ণয় কৰিব ১৬৫ প্ৰাৰ্থীৰ ভাগ্য

◾ পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ

◾ EVM ৰ পৰিৱৰ্তে বেলট পেপাৰত ভোটগ্ৰহণ

◾ আবেলি ৪.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ

◾ শুকুৰবাবে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল