নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল: ক’ভিড বিধি অনুসৰি হ’ব উপ-নিৰ্বাচন

election

উপ-নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী আয়ুক্তৰ সংবাদ মেল

ক’ভিড বিধি অনুসৰি হ’ব উপ-নিৰ্বাচন

মনোনয়ন পত্ৰ দিয়াৰ সময়ত উলিয়াব নোৱাৰিব ৰেলী

আয়োজন কৰিব নোৱাৰিব ৰাজহুৱা সভা

বৈঠকৰ অনুমতি দিব কেৱল নিৰ্বাচনী বিষয়াই

৩০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব সভাত

ৰাজহুৱা স্থানত সমবেত হ’ব পাৰিব ৫০ শতাংশ লোক

ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব কেৱল ৫জন লোকে

ভোটগ্ৰহণৰ দিনা মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক

প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰিব কেৱল ২০খন গাড়ী

প্ৰতিখন গাড়ীতে বহিব পাৰিব ৩জন লোক

৮০ ঊৰ্ধৰ ব্যক্তিৰ বাবে পোষ্টেল ভোটৰ ব্যৱস্থা

পুৱা ৭ বজাৰ বিয়লি ৫ বজালৈ ভোটদানৰ সময়সীমা

Category
Profile picture for user UB Photos