৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন

Voters

◾ পৌৰসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল
◾ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল
◾ ঘোষণা হ’ব পৌৰসভা নিৰ্বাচনৰ সময়সূচী
◾ ৬ মাৰ্চত পৌৰসভা নিৰ্বাচন
◾ পৌৰসভা নিৰ্বাচনৰ ৯ মাৰ্চত ভোটগণনা
◾ ৰাজ্যৰ ৮০খন পৌৰসভাত হ’ব ভোটগ্ৰহণ
◾ EVMত হ’ব পৌৰসভাৰ ভোটগ্ৰহণ
◾ ১৫ ফেব্ৰুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন
◾ ২৮ ফেব্ৰুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
◾ ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পৰীক্ষা
◾ ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব ৰোড শ্ব’,ৰেলী
◾ নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৪ দিনৰ সময় 

Category
Profile picture for user UB Photos