ধিঙত প্ৰশাসনে নহয় অবৈধ বেদখলকাৰীয়ে চলাইছে বুলড’জাৰ। ধিঙত ২৭ আগষ্টত চলিব বৃহৎ উচ্ছেদ অভিযান।নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশনা পিছতেই আৰক্ষীয়েও চলাইছে ফ্লেগমাৰ্চ।
প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বেই বেদখলকাৰীয়ে নিজেই ঘৰ দুৱাৰ আৰু দোকান পোহাৰ ভাঙি লৈ যায়।আনকি বেদখলকাৰীসকলে পকী ঘৰসমূহ নিজেই বুলড’জাৰেৰে ভাঙি লৈ যায়।
তিনি দিন পূৰ্বে ৰাইজৰ লগত নগাঁও জিলা আয়ুক্তই ২২ আগষ্টত আলোচনাত বহাৰ পিছতেই দখলদাৰী এইদৰে নিজেই আতঁৰি গৈ প্ৰশাসনক সহযোগিতা আগবঢ়াইছে।
- Read more about ধিঙত প্ৰশাসনে নহয় অবৈধ বেদখলকাৰীয়ে চলাইছে বুলড'জাৰ
- Log in to post comments