Weather

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেইবাখনো জিলাত বজ্ৰপাত, শিলাবৃষ্টি হ’ব বুলি সতৰ্কবাণী জাৰি কৰিছে।

মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ দহখন জিলাত ১৭ জানুৱাৰীত শিলাবৃষ্টিৰ সম্ভাৱনা থকা বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে।

উল্লেখ্য যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি ১৬ জানুৱাৰীৰ পুৱাৰ ভাগৰ পৰাই গুৱাহাটীৰ ৰাজ্যৰ কেইবাখনো জিলাত ঘন কুঁৱলীয়ে আৱৰি ধৰে।