আগন্তুক ২-৩ দিনত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আশংকা...

weather

আগন্তুক ২-৩ দিনত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আশংকা
আজি আৰু কাইলৈ ৰাজ্যত ধুমুহা-বৰষুণৰ সম্ভাৱনা 
অসমৰ লগতে মেঘালয়তো প্ৰচণ্ড বৰষুণৰ আশংকা
অসম দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ৰেড এলাৰ্ট
প্ৰতিখন ৰাজ্যক পৰিস্থিতিৰে মোকাবিলাৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ
কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ
প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ
দুৰ্যোগ আশংকাত অসমতো ASDMAৰ হেল্পলাইন নম্বৰ মুকলি
0361-1070, 0361-1079 হেল্পলাইন নম্বৰত কৰিব পাৰিব যোগাযোগ
জিলা দুৰ্যোগ ব্যৱস্থাপনা হেল্পলাইন নম্বৰ 0361-1077
ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দাক সতৰ্ক হ’বলৈ আহ্বান

Category