প্ৰচণ্ড শীতত কঁপিছে ৰাজ্য! অনাগত ৫ দিনলৈ প্ৰচণ্ড শীতৰ সম্ভাৱনা..........

cold

প্ৰচণ্ড শীতত কঁপিছে ৰাজ্য
দিনতে আকাশ ছানি ধৰিছে কুঁৱলীয়ে
হেডলাইট জ্বলাই দিনতেই বাহনৰ চলাচল
ঘন কুঁৱলীৰ বাবে বাহন চলাচলত ব্যাঘাত
অনাগত ৫ দিনলৈ অব্যাহত থাকিব প্ৰচণ্ড শীত
ঘন কুঁৱলীৰ লগতে হ’ব পাৰে বৰষুণ
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী
শীতাৰ্ত হ’ব সমাগত ভোগালী বিহু
বিগত ২৪ ঘণ্টাত তাপমাত্ৰা সৰ্বনিম্ন ১৩ ডিগ্ৰী ছেলচিয়াছ
গুৱাহাটীত সৰ্বোচ্চ ২২ আৰু সৰ্বনিম্ন ১৩লৈ হ্ৰাস তাপমাত্ৰা
শীতৰ পৰা পৰিত্ৰাণ পাবলৈ জুইৰ আমেজ বহুজনৰ
ঘন কুঁৱলীৰ বাবে ফেৰী চলাচলতো বাধাৰ সন্মুখীন

Category
Profile picture for user UB Photos